New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে মৰিগাঁও আৰক্ষী।
জিলা খনত চলিছে আৰক্ষীৰ তীব্ৰ অভিযান।
৪জনক আটক কৰিছে এই মুহুৰ্তলৈ মৰিগাঁও আৰক্ষীয়ে।
২২৪ জন লোকক ইতিমধ্যে চিনাক্ত কৰিছে।
সমগ্ৰ জিলাতে বাল্য বিবাহ কৰা লোকৰ তথ্য বিচাৰিছে আৰক্ষীয়ে।
ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে চলিছে অভিযান।