/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bd2d71c8-8da2-4963-9748-db4f69ca55f6/111.jpg)
শিলচৰত ৰাজপথতে জ্বলি উঠিল এখন চলন্ত বাহন
GC কলেজৰ সন্মুখত জ্বলি ভস্মিভূত হ’ল চাৰিচকীয়া বাহন
কথমপি প্রাণ ৰক্ষা একেটা পৰিয়ালৰ তিনিজন লোকৰ
স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ লোককেইজনক
অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই
যান্ত্রিক বিজুতিৰ ফলত বাহনখনত জুইৰ সূত্রপাতৰ সন্দেহ
আৰু পঢ়ক : নৈশ পাঠদানেৰে চৰ্চালৈ অহা এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়