১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফা(স্বা)ৰ…

১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফা(স্বা)ৰ…

author-image
asomiyapratidin
New Update
১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফা(স্বা)ৰ…

ডিজিটেল ডেস্ক: ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনা অসম বন্ধ ঘোষণা কৰে আলফা(স্বা)য়ে লগতে সকলোকে স্বাধীনচা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে।

Advertisment

আলফ(স্বা)য়ে ১৪ আগষ্টৰ মাজ নিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ এই বন্ধ আহ্বান কৰিছে। আলফা(স্বা), এন এছ চি এন আৰু জি পি আৰ এনে এক যৌথ বিবৃতিত এই কথা ঘোষণা কৰিছে।

অৱশ্যে, জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠানসমূহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে। উল্লেখ্য যে, যোৱা বছৰত আলফা(স্বা)য়ে স্বাধীনতা দিৱসত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা নাছিল। কিন্তু এইবাৰ পুনৰ বন্ধ ঘোষণা কৰে।

আৰু পঢ়ক: তিনিচুকীয়াত অলংকাৰিত মাছৰ চোৰাং বেহা…

assam nscn gprn ulfa i independence day