New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6be2b994-6631-4a29-b05a-7925d7b6a9b9/download.jpg)
চৰাইদেউত আলফা (স্বাঃ) কেডাৰৰ আত্মসমৰ্পণ।
সোণাৰিত আত্মসমৰ্পণ দুজন আলফা কেডাৰৰ।
কেপ্টেইন নয়ন পাটমাউত ওৰফে বিকাশ অসমৰ আত্মসমৰ্পণ।
আনজন দীপক হাতীবৰুৱা ওৰফে দিব্য অসম।
দুয়ো জমা দিয়ে দুটা গ্রেনেড, দুটা 9mm পিষ্টল।
লগতে জমা দিয়ে ২৫ ৰাউণ্ড সক্রিয় গুলী।
Also Read: ৰাজস্থান বিধানসভা নিৰ্বাচনঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া