/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5b7d3942-9ed1-4a16-a15e-4429854ca3fb/111.jpg)
-
বহিঃৰাজ্যত সন্ধানহীন তিনিচুকীয়াৰ দুজন লোক
-
সন্ধানহীন গাখীৰভেটি গাঁৱৰ জুনা আওঁ, চনু তাঁতী
-
১৮ মাৰ্চত কৰ্মৰ সন্ধানত কেৰেলালৈ গৈছিল লোক দুজন
-
হোৱাটছএপ যোগে চনু তাঁতীৰ মৃতদেহৰ ফটো পৰিয়াললৈ প্রেৰণ
-
এটা অচিনাক্ত নম্বৰেৰে প্রেৰণ কৰিছিল মৃতদেহৰ ফটো
-
আনহাতে এতিয়ালৈ সন্ধানহীন জুনা আওঁ নামৰ লোকজন
-
ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল পৰিয়ালৰ
Also Read: মৃত অবৈধ অংশীদাৰেৰে খেৰকটা সমবায় সমিতিৰ নিৰ্বাচনৰ অভিযোগ!