/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2ce8028e-d03b-4c6c-bae0-1dee8aa0f375/download.jpg)
লংকাৰ শংকৰদেৱ নগৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দুজন এ টি এম চোৰ।
গ্ৰেপ্তাৰ হোৱা দুই চোৰৰ নাম দিলৱাৰ হুছেইন আৰু আবিদুৰ ৰহমান।
দুয়োৰে ঘৰ লংকাৰ উদালীত বুলি জানিব পৰা গৈছে।
ইয়াৰ পূৰ্বেও লংকাৰ বৰবহাৰ এটা ATMৰ চুৰিকাৰ্য্যত জড়িত আছিল দুয়োগৰাকী ধৃত।
ঘটনা সন্দৰ্ভত তদন্ত অৱ্যাহত আৰক্ষীৰ।
ইতিমধ্যেই দুয়োকে শংকৰদেৱ নগৰ আদালতলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জনায়।
Also Read: আৰক্ষী হোৱাৰ সপোন পুহি ৰখা ছাত্ৰীৰ ৰহস্যজনক মৃত্যু...