আজি ষট্ পূজা

আজি ষট্ পূজা

author-image
Asomiya Pratidin
New Update
আজি ষট্ পূজা

ডিজিটেল ডেস্ক : আজি ষট্ পূজা। সূৰ্য্য দেৱতাক আৰাধনা কৰি পালন কৰা হয় ষট্ পূজা। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই পূজা অনুষ্ঠিত কৰা হয়। এই পূজা সূৰ্য্য আৰু সূৰ্য্য পত্নীক উপাস্য দেৱতা হিচাপে লৈ পালন কৰা হয়।

উদিত আৰু অস্তগামী সূৰ্য্যক প্ৰণাম জনাই ভক্তই এই পূজা সমাপন কৰে।প্ৰধানকৈ বিহাৰ,ঝাৰখণ্ড,নেপাল,পশ্চিম বংগ আদি অঞ্চলত ব্যাপকভাৱে পালন কৰা হয়। অৱশ্যে অসমত বাস কৰা একাংশ লোকেও ষট্ পূজা পালন কৰে। অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ব ষট্ পূজা।

Also Read: কোন হ'ব বিশ্বকাপৰ নায়ক : আই চি চিৰ ৯জনীয়া তালিকা ঘোষণা

Chhath Puja