/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
ডুমডুমা চাহ বাগিচাত অঘটনঃ পুনৰ কল ঘৰৰ মেচিনত সোমাল শ্ৰমিক...
পুনৰ চাহ বাগিচাত অঘটন।
এইবাৰ তিনচুকীয়াৰ ডুমডুমা চাহ বাগিচাত সংঘটিত হৈছে এই অঘটন।
কৰ্মৰত অৱস্থাত মেচিনত সোমাল এজন শ্রমিক।
কলঘৰৰ CTC মেচিনত সোমাই আহত চম্ভু তাঁতী নামৰ শ্ৰমিকজন।
শ্রমিকজনক সংকটজনক অৱস্থাত ডিব্রুগড়লৈ প্রেৰণ।
Also Read: গুৱাহাটীত প্ৰধানমন্ত্ৰী মোডীঃ নেতা, কৰ্মী, সাংস্কৃতিক দলৰ আদৰণি, অংশ ল'ব ৰাজ্যিক কেবিনেট বৈঠকত...