/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/97153643-f75f-4ee9-8d7b-a6614da8fd0c/agranii.jpg)
তিনিচুকীয়াৰ মাকুম ৰে'ল লাইনত ৰে'লৰ খুন্দাত মহিলা নিহতঃ আন এগৰাকী আহত...
পুনৰ ৰে'লৰ খুন্দাত নিহত মহিলা।
তিনিচুকীয়াৰ মাকুম ৰে'ল লেইনত অঘটন।
ৰে'লে মহতিয়াই নিয়াৰ ফলত এগৰাকী মহিলা নিহত।
ঘটনাত গুৰুতৰভাৱে আহত আন এগৰাকী মহিলা।
আহত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে তিনিচুকীয়া চিভিল হাস্পতালত।
নিহত মহিলাগৰাকীক আশা প্ৰধান হিচাপে চিনাক্ত।
আঘাতপ্ৰাপ্ত মহিলাগৰাকীক পৰিচয় অৱশ্যে জানিব পৰা নাই।
Also Read: প্ৰবীণ শিল্পী ৰাজু শইকীয়ালৈ "ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰী ক্ষেত্ৰ সন্মান"...