/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
মাকুম পথাৰত বলেৰ'ৰ খুন্দাত মহিলা নিহত...
মাৰ্ঘেৰিটাৰ মাকুমত ভংয়কৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত এগৰাকী মহিলা।
পুৱাই সংঘটিত হৈছে এই ঘটনা।
এখন বলেৰ' বাহনে খুন্দা মাৰে মহিলাগৰাকীক।
পুৱা প্ৰাতঃ ভ্ৰমণত চাইকেল গৈছিল মহিলাগৰাকী।
নিহত মহিলাগৰাকী বন্তি চিংফৌ চিৰিং।
চিংফৌ চিৰিংৰ ঘৰ মকুম পথাৰৰ জয়া নগৰত।
Also Read: শান্তি চুক্তিৰ পাছতে শিৱসাগৰত ৬০ দিনলৈ ১৪৪ ধাৰা জাৰি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us