New Update
তিনিচুকীয়াৰ গেলাপুখুৰীত ভয়ংকৰ দুৰ্ঘটনা।
বিদ্যুতৰ খুঁটাত খুন্দিয়ালে এখন বাইকে।
ঘটনাত থিতাতে নিহত বাইক আৰোহী।
গুৰুতৰভাৱে আহত হৈছে আন এজন লোক।
উদ্ধাৰ হোৱা নাই নিহত বাইক আৰোহীৰ লগতে আহতৰ পৰিচয়।
আহত বাইক আৰোহীজনক AMCHত ভৰ্তি