তিনিচুকীয়াত ৫ জিলা আৰক্ষী অধীক্ষকৰে জি পি সিঙৰ বিশেষ বৈঠক

তিনিচুকীয়াত ৫ জিলা আৰক্ষী অধীক্ষকৰে জি পি সিঙৰ বিশেষ বৈঠক

ডিজিটেল ডেস্ক : তিনিচুকীয়াত অসম আৰক্ষী অধীক্ষক জি পি সিঙৰ বিশেষ বৈঠকৰ আয়োজন কৰা হয়। বুধবাৰে তিনিচুকীয়াত উজনি অসমৰ ৫খন জিলা আৰক্ষী অধীক্ষকৰে এই বৈঠকৰ আয়োজন কৰা হয়।

জানিব পৰামতে উজনিৰ ৫খন জিলা আৰক্ষী অধীক্ষকৰে উক্ত বৈঠকত সমাগত স্বাধীনতা দিৱস সন্দৰ্ভত কেতবোৰ আলোচনা কৰা হ'ব। ইয়াৰোপৰি আৰক্ষী অধীক্ষক সিঙে স্বাধীনতা দিৱস উপলক্ষে আইন-শৃংখলাৰ লগতে উগ্রপন্থীৰ কাৰ্যকলাপ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকৰে আলোচনা কৰিব।

যাতে উক্ত দিনটোত কোনো কূটঘাতকে দুষ্কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। ইফালে আইন-শৃংখলাৰ ক্ষেত্ৰতো বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

তিনিচুকীয়াত ৫ জিলা আৰক্ষী অধীক্ষকৰে জি পি সিঙৰ বিশেষ বৈঠক
নামতিৰ ৩খনকৈ বিদ্যালয়লৈ অহা-যোৱা কৰা একমাত্ৰ পথ এতিয়া পানীৰ তলত

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in