/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4601cb68-1767-4b0d-afe0-48d51e9c6ae0/3.jpg)
-
জুৰীয়াৰ তিনিচুকীয়াত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
-
অভিযানত ড্রাগছসহ আটক সৰবৰাহকাৰীক।
-
জব্দ দুটা ড্রাগছভৰ্তি চাবোনৰ বাকচত ২৫'৩০ গ্রাম হেৰ’ইন।
-
হাতে-লোটে আটক ইক্রামূল হুছেইন নামৰ সৰবৰাহকাৰীজন।
-
অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত।
Also Read: নগাঁৱত এণ্টি নাৰ্কটিক্সৰ অভিযান