/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
চাবুৱাৰ মোকালবাৰীত অঘটন।
কৰ্মৰত অৱস্থাত বিদ্যুৎস্পষ্ট হৈ বিদ্যুৎ কৰ্মীৰ মৃত্যু।
মৃত লোকজন ৰহমৰীয়া চাপৰি গাঁৱৰ প্রশান্ত দাস বুলি জানিব পৰা গৈছে।
বিদ্যুৎ বিভাগৰ মেৰামতিৰ কাম কৰি আছিল প্রশান্ত দাসে।
কৰ্মৰত অৱস্থাতে সংশ্লিষ্ট বিভাগৰ দায়িত্বত থকা কৰ্মীয়ে বিদ্যুৎ সংযোগ কৰাৰ অভিযোগ উত্থাপন হয়।
ঘটনাক কেন্দ্র কৰি বিদ্যুৎ নিয়ন্ত্রণ কক্ষত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
উত্তেজিত লোকে ঘেৰাও কৰে নিয়ন্ত্রণ কক্ষৰ কাৰ্যালয়।
দোষীক শীঘ্রে কৰায়ত্ত কৰাৰ দাবী উত্তেজিত ৰাইজৰ।
Also Read: কাকপথাৰত সুৰামত্ত ট্রাক চালকে মহটিয়াই নিলে এখন মেজিক বাহন, নিহত ৭ জন