
কাকপথাৰৰ বৰডিৰাক তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
মঙলবাৰে নিশা সংঘটিত হয় পথ দুৰ্ঘটনাটো।
ট্রাক আৰু মেজিকৰ মাজৰ সংঘৰ্ষত নিহত ৭গৰাকী।
সুৰামত্ত ট্রাক চালকে মহটিয়াই নিলে এখন মেজিক বাহন।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন ৫গৰাকী।
দুৰ্ঘটনাক কেন্দ্র কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।