মথুৰাপুৰত ধুমুহাৰ তাণ্ডবঃ তচনচ গছ-গছনি, উচন বাৰী...

শণিবাৰে নিশা চৰাইদেউ মথুৰাপুৰ জংঘল ভকত গাঁৱত ধুমুহাৰ তাণ্ডৱ।

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত ধুমুহাৰ তাণ্ডবঃ তচনচ গছ-গছনি, উচন বাৰী...

ডিজিটেল সংবাদ, চৰাইদেউ : শণিবাৰে নিশা চৰাইদেউ মথুৰাপুৰ জংঘল ভকত গাঁৱত ধুমুহাৰ তাণ্ডৱ। ধুমুহা–বৰষুণৰ ফলত স্থানীয় লোকৰ বহু সা- সম্পত্তিৰ ক্ষয়ক্ষতি হয়। বৰষুণৰ লগতে অহা ধুমুহাই অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ তচনচ কৰে।

Advertisment

প্ৰচণ্ড ধুমুহাই কেইবাটাও পৰিয়ালৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়ে ৷ ইয়াৰ উপৰিও বহু মূল্যবান গছ-গছনি ভাঙি তচনচ কৰা লগতে বিদ্যুতৰ খুটা, তাঁৰ চিগি যোৱাৰ ফলত ব্যাহত হৈ পৰে যাতায়ত তথা বিদ্যুতৰ সংযোগ ৷

Also Read: খাকীত দাগ! আস্থা হেৰুৱাইছে নেকি জনতাই...

charaideo