New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/10/aimuhurto-khabar.jpg)
বজালীৰ শুকিলাৰপাৰত চোৰৰ লুটপাত
শুকিলাৰপাৰৰ নিপন দাস নামৰ লোকজনৰ ঘৰত চুৰি
চোৰে লুটিলে নগদ ২০ হাজাৰ টকা, ৬ লক্ষাধিক টকাৰ অলংকাৰ
ঘৰত গৃহস্থ নথকা অৱস্থাত দুৱাৰৰ তলা ভাঙি চোৰৰ লুটপাত।
Also Read: ইম্ফলত এন আৰ চি প্ৰৱৰ্তনৰ দাবীত ছয় ছাত্র সংগঠনৰ প্ৰতিবাদী সমদল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us