বজালী আৰক্ষীৰ বৃহৎ সফলতা ! উৎখাত গভাইত চোৰৰ নেটৱৰ্ক...

বজালী আৰক্ষীৰ বৃহৎ সফলতা ! উৎখাত গভাইত চোৰৰ নেটৱৰ্ক...

  • বজালী আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা

  • আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঞিৰ কাৰ্য্যভাৰ গ্ৰহণৰ পিছতে পৰিলক্ষিত হ'ল তৎপৰতা

  • বজালীত দীৰ্ঘদিনৰে পৰা সাধাৰণ ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি অহা গভাইত চোৰৰ বৃহৎ নেটবৰ্ক উৎখাত

  • টিভি, আ অলংকাৰ, বাচন বৰ্তন, পানী উঠোৱা মটৰ,চোকা অস্ত্ৰ, বেটাৰী, মোবাইলেৰে ভৰি পৰিছে পাটাছাৰকুছি আৰক্ষী থানা

  • দীৰ্ঘদিন ধৰি বজালীৰ বিভিন্ন ঠাইৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি অহা ৮ গভাইট চোৰক আটক

  • আৰু দুজনৰ সন্ধানত ইধিমধ্যে পাটাছাৰকুছি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in