New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5c8c6ae8-b945-4538-ad0f-14b2314d0675/111.jpg)
ডিমৌত চোৰে ফুটালে গৃহস্থৰ চকু
কেটেপাৰে আক্রমণ এগৰাকী ৭০ বছৰীয়া বৃদ্ধক
বৃদ্ধক আক্রমণ কৰি চোৰে লৈ গ’ল ৪টা হাঁহ
চোৰৰ আক্রমণত সোঁ চকুত আঘাত পাই বৃদ্ধগৰাকীয়ে
বৰ্তমান চিকিৎসাধীন খৰ্গেশ্বৰ দত্ত নামৰ বৃদ্ধগৰাকী
ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ
আৰু পঢ়ক : নিৰ্জীৱ শিলক ৰং তুলিকাৰে ন ৰূপত সজাই তোলাৰ চেষ্টা এগৰাকী যুৱতীৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us