আজি প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

আজি প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান
  • আজি প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ।

  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ'ব বঁটা প্ৰদান অনুষ্ঠান ।

  • অনুষ্ঠানত উপস্থিত থাকিব দেশৰ উপ-ৰাষ্ট্রপতি জগদীপ ধনখড় ।

  • প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ প্ৰদান কৰা হ'ব অসম বৈভৱ বঁটা ।

  • ড০ কিশন চন্দ নৌৰিয়াল, এলভিছ আলী হাজৰিকালৈ অসম সৌৰভ বঁটা ।

  • হিমা দাস আৰু নাদিৰাম দেউৰীক প্ৰদান কৰা হ'ব অসম সৌৰভ সন্মান ।

  • অসম গৌৰৱ সন্মান প্ৰদান কৰা হব ৰঞ্জিত গগৈ, পাৰ্বতী বৰুৱা, দেৱজিত চাংমাইলৈ ।

  • দ্রোণ ভূঞা, নিলম দত্ত, অনুপম ডেকা, সৌম্যদ্বীপ দত্ত, বসন্ত চিৰিং ফুকনলৈ অসম গৌৰৱ সন্মান ।

  • মানেন্দ্র ডেকা, মীনাক্ষী চেতিয়া, পখিলা লেকথেপীলৈ অসম গৌৰৱ সন্মান ।

  • উপেন্দ্ৰ ৰাভা, ৰাহুল গুপ্তা, জেচিন কুম্বাং পাৱ, মেৰী হাছা, টেনজিং বডোচা, ড০ নিৰ্মল দে’লৈ অসম গৌৰৱ সন্মান ।

  • অসম বৈভৱ বঁটাৰ লগত থাকিব নগদ ৫ লাখ টকা ।

  • অসম সৌৰভ বঁটাত থাকিব নগদ ৪ লাখ টকা ।

  • বঁটাসহ নগদ ৩ লাখ টকা থাকিব অসম গৌৰৱ বঁটাত ।

আজি প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান
পুৱাই গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in