New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
বিলাসীপাৰাৰ কুৰ্শাকাটীত ভয়ংকৰ হত্যাকাণ্ড
দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিলে দম্পতীক
হত্যা কৰিলে শ্বাহ জালাল আৰু তেওঁৰ পত্নীক
শ্বাহ জালাল বিলাসীপাৰা মহকুমা আদালতৰ তৰণী আছিল
হত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই
ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ তদন্ত আৰম্ভ।
Also Read: একেটা বাসগৃত উদ্ধাৰ ভালেসংখ্যক বিষাক্ত সাপ