চকিয়াল গাঁৱৰ বৰ নামঘৰৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন

আজি চকিয়াল গাঁৱৰ ৰাইজৰ নিজা উদ্যোগত নিৰ্মাণ হ'ব লগীয়া চকিয়াল গাঁৱৰ বৰ নামঘৰৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে।

author-image
Asomiya Pratidin
New Update
চকিয়াল গাঁৱৰ বৰ নামঘৰৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ,চৰাইদেউঃ আজি চকিয়াল গাঁৱৰ ৰাইজৰ নিজা উদ্যোগত নিৰ্মাণ হ'ব লগীয়া চকিয়াল গাঁৱৰ বৰ নামঘৰৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰে।

Advertisment

ঐতিহাসিক শ-ধোৱা পুখুৰী পাৰত অবস্থিত এই চকিয়াল গাঁৱৰ বৰ নামঘৰৰ অতিথি গৃহৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, শিক্ষক নিলমনি বৰগোহাঁই,জয় বড়া,যুৱ সমাজকৰ্মী পবিত্ৰ গগৈ, জ্যোতিষ কোঁৱৰ, লোহিত গগৈ, অৰ্জুন কোঁৱৰ,সুৰুজ বৰগোহাঁই,সুৰুজ বৰগোহাঁই,অম্লান জ্যোতি কোঁৱৰ আৰু বৰ নামঘৰৰ ভকত বৈষ্ণৱ সকল উপস্থিত আছিল।

Also Read: দিল্লীৰ "শিশু সংসদ"ৰ প্ৰতিনিধি হৈ যাব বঢ়মপুৰৰ শিশু

Foundation guest house DHARMESWAR KONWAR