New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/219b2aa9-7516-4390-b7b0-f62cbf9fed98/tyyyy.jpg)
ঝাৰখণ্ডত তেজপুৰৰ CRPF জোৱানৰ আত্মহনন।
কাৰ্যালয়তে ছাৰ্ভিচ বন্দুকেৰে আত্মহনন কৰে জোৱানজনে।
জোৱানজন তেজপুৰ পিঠাখোৱাৰ প্রাঞ্চল নাথ।
কি কাৰণে জোৱানজনে আত্মহত্যা কৰিলে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।
Also Read: লক্ষ্য বিশ্বৰেকৰ্ড, গুৰুজনাৰ দিহানামক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ প্ৰস্তুতি