/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9797b5be-ffb9-4018-82ac-99ff31f33642/Tezpur.jpg)
ডিজিটেল ডেস্কঃ তেজপুৰ টুমুকীত ভয়ংকৰ পথ দুৰ্ঘটনা । দঁ গাতত সোমাল দুখনকৈ যাত্ৰীবাহী আলট্ৰা বাছ। তেজপুৰ চিকিৎসা মহাবিদ্যালয় সমীপত সংঘটিত হৈছে এই ঘটনা।
তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈছিল দুয়োখন যাত্ৰীবাহী বাছ ৷ ঘটনাত কোনো লোক নিহত হোৱা যদিও সকলো যাত্ৰীয়ে আহত হোৱাৰ খবৰ আহি পৰিছে। ইপিনে ঘটনা সংঘটিত কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে দুয়োজন বাছ চালকসহ হেণ্ডিমেন।
Also Read: আঁহতগুৰিত গণ প্ৰহাৰত মৃত্যু হোৱা যুৱকৰ ঘৰত জিলা আয়ুক্ত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us