বোকাজানত টেট উত্তীৰ্ণ শিক্ষকৰ অৱস্থান ধৰ্মঘট

বোকাজানত টেট উত্তীৰ্ণ শিক্ষকৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, বোকাজানঃ সোমাবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানত প্রায় অৰ্ধ শতাধিক শিক্ষক শীক্ষয়ত্ৰী একত্ৰিত হৈ সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট ।বোকাজানৰ সৰিয়হজান স্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কার্যলয়ত অনুষ্ঠিত কৰে এই অৱস্থান ধৰ্মঘট ।

টেট শিক্ষকৰ সমস্যা শীঘ্ৰেই সমাধান কৰিবলৈ চৰকাৰক আহ্বান । সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ আহ্বানত সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষকৰ চাকৰি বিনাৰ্চতে বেতন সুৰক্ষা সহ নিয়ামীয়াকৰণৰ দাবীৰে বোকাজানত চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

বোকাজানত টেট উত্তীৰ্ণ শিক্ষকৰ অৱস্থান ধৰ্মঘট
পৰীক্ষাৰ চাপ সহিব নোৱাৰি এগৰাকী ছাত্ৰীয়ে ল'লে চৰম পন্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in