/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
- দুলীয়াজানত বিধায়ক তেৰচ গোৱালা দুৰ্ঘটনাত পতিত। 
- বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো। 
- বিধায়কসহ বিধানসভা আবেদন সমিতিৰ ৩খন বাহনত খুন্দা এখন বাহনৰ। 
- দুৰ্ঘটনাত আহত বিধায়ক তেৰচ গোৱালাৰ লগতে তেওঁৰ দেহৰক্ষী। 
- দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। 
- দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকে সুৰাপান কৰাৰ অভিযোগ। 
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিস্থিতি। 
- সুৰাসক্ত চালক ডিম্ব গগৈক আটক কৰে আৰক্ষীয়ে। 
Also Read: বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহত তালাচী আয়কৰ বিভাগৰ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us