/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/286af566-4af1-4f14-8029-a5691816e366/download.jpg)
Skill kits Arrest Koushik Baishya
ডিজিটেল ডেস্ক: টীয়কত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীয়ে গাঁত খান্দি উদ্ধাৰ কৰিলে এটা মৃতদেহ। ভাগিনীয়েকে হত্যা কৰি পুতি থৈছিল মোমায়েকৰ মৃতদেহ।
দেওবাৰে লাহদৈগড়ৰ কমলপুৰ বাগানৰ তুৰি লাইনত সংঘটিত এই ঘটনা। ভাগিন লক্ষণ তুৰি, ভাগিন বোৱাৰী সুমিত্রা তুৰিৰ বিৰুদ্ধে হত্যা কৰা অভিযোগ মোমায়েকক।
সুৰাৰ ৰাগীত হত্যা মোমায়েক চাৱন চাওৰাক । আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত বৃহস্পতিবাৰে নিশা মৃতদেহ উদ্ধাৰ । দুই অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
আৰু পঢ়ক: ১০-১৫ বছৰৰ ভিতৰত গুৱাহাটীৰ অভাৰব্ৰীজ এফালৰ পৰা ভাঙিব লাগিবঃ অখিল গগৈ