/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুক কেন্দ্র কৰি ডুমডুমাত উত্তপ্ত পৰিস্থিতি
দ্রুতবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল কমল দেও নামৰ লোকজন
বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত AMCHত মৃত্যু কমল দেওৰ
কমল দেওৰ মৃতদেহ ডুমডুমাত আহি পোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতি
দুৰ্ঘটনা সংঘটিত হোৱা দিন ধৰি অভিযুক্ত বাইক চালক বিবেক শ্বাহ নামৰ যুৱকজন পলাতক।
Also Read: নগাঁৱৰ ৰাজপথত উত্তেজনা : জনতাই আবদ্ধ কৰি ৰাখিলে আৰক্ষীক