/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8dbe3011-b066-484d-9ad9-0662f7c1b2ac/111.jpg)
চামগুৰিৰ বাজিয়াগাঁও কলংপাৰ প্রাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি
বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিক আক্রমণ
পৰিচালনা সমিতিৰ সভাপতি মান্নাছ আলীক আক্রমণ
বিদ্যালয়খনত পাঠদান চলি থকাৰ সময়তে এই ঘটনা
তিনিজন লোকৰ বিৰুদ্ধে সভাপতিগৰাকীক আক্রমণৰ অভিযোগ
অভিযোগ কাচেম আলী, ৰিজাবুল আৰু বকুলৰ বিৰুদ্ধে
চামগুৰি থানাত গোচৰ ৰুজু ভুক্তভোগী মান্নাছ আলীৰ
আৰু পঢ়ক : জ্যেষ্ঠ আই পি এছ বিষয়া ৰূপিন শৰ্মা নাগালেণ্ডৰ নতুন ডিজিপি