/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
-
টেঙাখাত পানধোৱাৰ জালুকনিত পথ দুৰ্ঘটনা।
-
বুধবাৰে নিশা সংঘটিত এই ঘটনা।
-
তীব্রবেগী ডাম্পাৰে মহটিয়াই নিলে তিনিজন লোকক।
-
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লংগুটি সোণোৱাল।
-
আহত আন দুজন বিধান সোণোৱাল, ডম্বৰু সোণোৱাল।
-
আহত তিনিজনক AMCHলৈ প্রেৰণ।
-
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰসহ চালকৰ।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।