/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3364e958-7355-44bd-97b5-920c4365d490/4.jpg)
ডিজিটেল সংবাদ,তামুলপুৰঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰত উদযাপন কৰা হয় দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বিটিআৰ কেন্দ্ৰীয় যোগ কমিটিৰ উদ্যোগত তথা তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত বিধায়ক জলেন দৈমাৰীয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6c31b94d-d02a-44ba-8066-38689ae5887d/5b4e4f09-292e-4237-9090-6e2fc1a277b9.jpg)
জিলা সদৰত থকা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/50e40469-f369-4484-b33e-017367c08995/ea2944e2-db5f-4f98-974c-f2b168fdfb81.jpg)
আজিৰ এই কাৰ্যসূচীত তামুলপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, তামুলপুৰৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীকে আদি কৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/054ecf46-9192-4cf6-a58d-8b8fc82a96e2/e2a47f6d-0fe5-486d-8a1c-33de51f00f41.jpg)
Also Read: মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপত যোগ দিৱস পালন..