নিশা পহৰা দি থকা অৱস্থাত অচিনাক্ত বাহনৰ খুন্দা, মৃত্যু এজনৰ

নিশা পহৰা দি থকা অৱস্থাত অচিনাক্ত বাহনৰ খুন্দা, মৃত্যু এজনৰ
  • তামাৰহাটৰ গ্রাহামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • অচিনাক্ত বাহনৰ খুন্দাত নিহত প্রহৰাৰত গাঁওৰক্ষী বাহিনীৰ সম্পাদক।

  • নিহত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ছেমিয়ন হেমব্রম।

  • নিশা প্রহৰা দি থকা অৱস্থাতে বাহনখনে খুন্দিয়াই থৈ পলায়ন কৰে।

  • নিৰ্মীয়মান ১২৭ (বি) ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাক কেন্দ্র কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

  • ঘটনাস্থলীত উপস্থিত হৈ গ্রাহামপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।

নিশা পহৰা দি থকা অৱস্থাত অচিনাক্ত বাহনৰ খুন্দা, মৃত্যু এজনৰ
কাশ্মীৰত তাপমাত্ৰ -১২ ডিগ্ৰী চেলচিয়াছঃ বৰফে আগুৰি ধৰিছে চাৰিওফালে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in