কাছাৰত পুনৰ বাৰ্মিজ চুপাৰী জব্দ...

কাছাৰত পুনৰ বাৰ্মিজ চুপাৰী জব্দ ৷ লাইলাপুৰ আৰক্ষীৰ অভিযানত জব্দ ১৭০ বস্তা বাৰ্মিজ চুপাৰী ৷
কাছাৰত পুনৰ বাৰ্মিজ চুপাৰী জব্দ...

ডিজিটেল সংবাদ,কাছাৰ: কাছাৰত পুনৰ বাৰ্মিজ চুপাৰী জব্দ ৷ শুকুৰবাৰে নিশা লাইলাপুৰ আৰক্ষীৰ অভিযানত জব্দ ১৭০ বস্তা বাৰ্মিজ চুপাৰী ৷

AS-26 C -9626 নম্বৰৰ ট্ৰাক খনৰ পৰা জব্দ চুপাৰী খিনি ৷ জব্দ কৰা চুপাৰী খিনিৰ ওজন 10,200 কিলোগ্ৰাম৷ চুপাৰী খিনিৰ মুল্য কেবা লাখ চকা হ'ব বুলি অনুমান কৰা হৈছে৷

চুপাৰী খিনি মিজোৰামৰ পৰা কাছাৰৰ দিশে সৰবৰাহ কৰাৰ সময়ত জব্দ৷ চুপাৰীৰ সৈতে আটক ট্ৰাক খনৰ চালক৷ কৰিমগঞ্জৰ চালক জনৰ নাম বিলাল আহমেদ ৷

আৰু পঢ়ক: এটা বেগৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, সম্পূৰ্ণ মুখত তেজৰ চেকুৰা, হোৱা নাই চিনাক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in