/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c00ed3c3-3b78-419c-a02f-c0e7c2ea57c5/4.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ ডান্স ডিৱানে চিজন-৪ কালাৰ্চ টিভি চেনেলত সম্প্ৰচাৰিত এক নৃত্যৰ ৰিয়েলেটি শ্ব'। ডান্স ডিৱানে চিজন-৪ত অন্তৰ্ভুক্তি লাভ কৰিছে অসমৰ মৰিগাওঁ জিলাৰ সন্তান সুনীল বৰমাহেলায়ে । আৰক্ষী বিষয়া দেওৰাম বৰমাহেলাৰ সন্তান সুনীল।
চিজন-৪ৰ TOP-10ত নাম অন্তৰ্ভুক্তিৰ কাৰণে খিলঞ্জীয়া বড়ো জনগোষ্ঠীয় সন্তানটিক আপোনাৰ এটা ভোটৰ প্ৰয়োজন । সুনীলক ভোট কৰিবৰ বাবে আপোনাক লাগিব জিউ চিনেমা এপটো । এই এপটোৰ জড়িয়তে অসমবাসী ৰাইজক সুনীলক ভোট দি আগুৱাই নিবলৈ আহ্বান সুনীলৰ তথা পৰিয়ালবৰ্গৰ । ভোটিঙৰ সময় ২৫ ফেব্ৰুৱাৰীৰ সন্ধ্যা ৯ বজাৰ পৰা পুৱা ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজালৈ।
Also Read: কংগ্ৰেছক এইবাৰ সচাঁকৈয়ে ৰাণা গোস্বামীয়ে দিব নেকি বিদায়...