'Dance Deewane'ত অসম সন্তান সুনীল বৰমাহেলা

'Dance Deewane'ত অসম সন্তান সুনীল বৰমাহেলা

ডিজিটেল সংবাদ, হাওৰাঘাটঃ ডান্স ডিৱানে চিজন-৪ কালাৰ্চ টিভি চেনেলত সম্প্ৰচাৰিত এক নৃত্যৰ ৰিয়েলেটি শ্ব'। ডান্স ডিৱানে চিজন-৪ত অন্তৰ্ভুক্তি লাভ কৰিছে অসমৰ মৰিগাওঁ জিলাৰ সন্তান সুনীল বৰমাহেলায়ে । আৰক্ষী বিষয়া দেওৰাম বৰমাহেলাৰ সন্তান সুনীল।

চিজন-৪ৰ TOP-10ত নাম অন্তৰ্ভুক্তিৰ কাৰণে খিলঞ্জীয়া বড়ো জনগোষ্ঠীয় সন্তানটিক আপোনাৰ এটা ভোটৰ প্ৰয়োজন । সুনীলক ভোট কৰিবৰ বাবে আপোনাক লাগিব জিউ চিনেমা এপটো । এই এপটোৰ জড়িয়তে অসমবাসী ৰাইজক সুনীলক ভোট দি আগুৱাই নিবলৈ আহ্বান সুনীলৰ তথা পৰিয়ালবৰ্গৰ । ভোটিঙৰ সময় ২৫ ফেব্ৰুৱাৰীৰ সন্ধ্যা ৯ বজাৰ পৰা পুৱা ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজালৈ।

'Dance Deewane'ত অসম সন্তান সুনীল বৰমাহেলা
কংগ্ৰেছক এইবাৰ সচাঁকৈয়ে ৰাণা গোস্বামীয়ে দিব নেকি বিদায়...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in