প্ৰতীক হাজেলা
অসম
NRCৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলালৈ চমন আদালতৰ
ডিজিটেল ডেস্কঃ NRCৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলালৈ চমন আদালতৰ। কামৰূপ (ম) সত্র ন্যায়াধীশৰ আদালতত গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে।কেগৰ ৰিপ’ৰ্টৰ ভিত্তিত গোচৰ তৰিছিল লুইত কুমাৰ বৰ্মনে।
NRCৰ বিত্তীয় অনিয়মৰ গোচৰত এই চমন হাজেলালৈ। ১৭ নৱেম্বৰত সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিব হাজেলা । Inteigrated Service Systemলৈয়ো চমন আদালতৰ। Wipro লিমিটেডকো চমন কামৰূপ (ম) সত্র ন্যায়াধীশৰ আদালতৰ। ১৭ নৱেম্বৰত হাজিৰ হ’ব লাগিব হাজেলাৰ লগতে তিনিও পক্ষ।