ধেমাজি জিলাৰ গোগামুখৰ পৰা নিৰুদ্দেশ দুজন ছাত্ৰ

ধেমাজি জিলাৰ গোগামুখৰ পৰা নিৰুদ্দেশ দুজন ছাত্ৰ। নিৰুদ্দেশ হোৱা ছাত্ৰৰ নাম ৰাহুল দাস আৰু মিল্কি নাথ। বৃহস্পতিবাৰৰ পৰা নিৰুদ্দিষ্ট ছাত্ৰদ্বয় গোগামুখ চাউলধুৱা বালি গাঁৱৰ। ৰাহুল দাস গোগামুখ জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ।

author-image
Asomiya Pratidin
New Update
দুজন ছাত্ৰ নিৰুদ্দেশ

দুজন ছাত্ৰ নিৰুদ্দেশ

  • ধেমাজি জিলাৰ গোগামুখৰ পৰা নিৰুদ্দেশ দুজন ছাত্ৰ
  • নিৰুদ্দেশ হোৱা ছাত্ৰৰ নাম ৰাহুল দাস আৰু মিল্কি নাথ
  • বৃহস্পতিবাৰৰ পৰা নিৰুদ্দিষ্ট ছাত্ৰদ্বয় গোগামুখ চাউলধুৱা বালি গাঁৱৰ
  • ৰাহুল দাস গোগামুখ জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ
  • মিল্কি নাথ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ
  • ঘৰৰ পৰা ক্ৰিকেট খেলিবলৈ উলাই যোৱাৰ পাছৰে পৰাই নিৰুদ্দেশ
  • পৰিয়ালে ইতিমধ্যে গোগামুখ থানাত দাখিল কৰিছে এজাহাৰ 
গোগামুখ ধেমাজি নিৰুদ্দেশ