/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/502506d7-2b13-4461-b790-313ad4cb0b81/46.jpg)
-
লামডিংত পুনৰ নিৰুদেশ হৈছে এগৰাকী কিশোৰ
-
লামডিং শীতলা বাড়ি তেতুল তলা অঞ্চলৰ পৰা নিৰুদেশ হৈছে দ্বীপ দাস নামৰ কিশোৰগৰাকী
-
লামডিং ৰে'লৱে উচতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ দ্বীপ এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে
-
কিশোৰগৰাকীৰ পৰিয়ালে লামডিং থানাত এজাহৰ দাখিল কৰিছে যদিও কোনো শুংসূত্ৰ পোৱা নাই
-
পুত্ৰক বিচাৰি দিশহাৰা হৈ পৰিছে মাতৃ-ভগ্নী
-
কোনো লোকে ছাত্ৰজনৰ সন্ধান পালে পৰিয়ালৰলোকক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
Also Read: মথুৰাপুৰৰ ধৰ্মপ্ৰাণ মহিলা অণু বৰঠাকুৰৰ বিয়োগ