/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a5d0546c-bd7b-413d-a58b-fcdd7311b5bf/APSC.jpg)
APSC কেলেংকাৰীঃ
-
APSC ৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।
-
মঙলবাৰ হঠাতে এছআইটিৰ এটা দলে চলাই অভিযান।
-
অভিযানত জব্দ বহু নথি-পত্ৰ।
-
কি কাৰণে এই অভিযান চলালে এতিয়ালৈকে জানিব পৰা হোৱা নাই।
-
উল্লেখ্য যে, এপিএছচি কেলেংকাৰীৰ তদন্তৰ বাবে আজি এটা দল উপস্থিত হৈছিল অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয়ত।
Also Read: 'নেতা'ই নহয়, ন'টাও আছে...