/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d80bcb85-5727-486d-bfd1-6ea913afcc3c/dfsdf.jpg)
ডিজিটেল ডেস্কঃ ধুবুৰীত দুজন শীৰ্ষ ISISৰ নেতাক গ্রেপ্তাৰ। STFৰ অভিযানত গ্রেপ্তাৰ হয় ISISৰ নেতা দুজন। বুধবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰে এছটিএফে।
ধৃত দুজন হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুখী আৰু আনজন অনুৰাগ সিং ওৰফে ৰেহান। অনুৰাগে ইতিমধ্যে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। কূটাঘাৰ পৰিকল্পনাৰে ভাৰতত প্রৱেশ কৰিছিল দুয়ো। দুয়োকে গ্রেপ্তাৰ কৰি লৈ অনা হৈছে গুৱাহাটীৰ STFৰ কাৰ্যালয়লৈ।
Also Read: ৪ সপ্তাহ ধৰি মূৰৰ বিষঃ মস্তিষ্কৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন সদগুৰুৰ