ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা...

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা...

author-image
Asomiya Pratidin
New Update
ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা...

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। AISHE প’ৰ্টেলত তথ্য নিদিয়া শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। প’ৰ্টেলত সম্পূৰ্ণ আৰু সত্য তথ্য নিদিয়া শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ।

Advertisment

নিৰ্দেশনা অনুসৰি এনে শিক্ষানুষ্ঠানৰ দৰমহা বন্ধ হ'ব। ফেব্রুৱাৰী মাহৰ দৰমহা বন্ধ হ’ব শিক্ষানুষ্ঠানসমূহৰ। সকলো ৰাজ্যিক বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ বন্ধ হ’ব দৰমহা।

সকলো অভিযান্ত্রিক মহাবিদ্যালয়, পলিটেকনিক প্রতিষ্ঠানৰ বন্ধ হ’ব দৰমহা। বিএডকলেজ, DIETৰ দৰমহা হ’ব বন্ধ। চিকিৎসা মহাবিদ্যালয়, পেৰামেডিকেল মহাবিদ্যালয়/প্রতিষ্ঠানৰ বন্ধ হ’ব দৰমহা।

Also Read: অগপ-ইউপিপিএললৈ বিজেপিয়ে এৰি দিলে ৩ খন আসন...

school