SSB ৰ অভিযান বৃহৎ পৰিমাণৰ কাঠসহ অবৈধ কাঠৰ মিল জব্দ...

SSB ৰ অভিযান বৃহৎ পৰিমাণৰ কাঠসহ অবৈধ কাঠৰ মিল জব্দ...

author-image
Asomiya Pratidin
New Update
 SSB ৰ অভিযান বৃহৎ পৰিমাণৰ কাঠসহ অবৈধ কাঠৰ মিল জব্দ...

সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান বৃহৎ পৰিমাণৰ কাঠসহ অবৈধ কাঠৰ মিল জব্দ...

ডিজিটেল ডেস্কঃ ৰৌতাৰ লালপুলত এছ এছ বিৰ বৃহৎ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠসহ কাঠফলা মিল।

Advertisment

উল্লেখ্য যে আজি ৰৌতাৰ লালপুলস্থিত ২৩ নং সশস্ত্ৰ সীমা বল (SSB)ৰ তহলদাৰী এটা দলে জব্দ কৰে এই বৃহৎ পৰিমাণৰ কঠাখিনি। দলটোৱে আমজুলিৰ নলবাৰী নদীৰ কাষত বৃহৎ পৰিমাণৰ অবৈধ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত কাঠৰ ভিতৰত ১০ ছেন্টিমিটাৰৰ ৬৬৭ খন তক্তা, ১২৫ টা কাঠৰ কুন্দা আৰু ২ টা কাঠফলা মেচিন জব্দ কৰা বুলি জানিবলৈ দিয়ে সীমান্ত সুৰক্ষা বাহিনী কৰ্তৃপক্ষই।

Also Read: ভাড়াঘৰৰ মালিকে ১৩ বছৰীয়া নাবালিকাক কৰিলে ধৰ্ষণঃ অভিযোগ দিয়াৰ পিছতে আৰম্ভ মানসিক অত্যাচাৰ...

ৰৌতা লালপুল এছ এছ বি অবৈধ কাঠ