ৰাজ্যত পুনৰ মহিলাৰ ৰহস্যজনক মৃত্যুঃ আটক মৃত পম্পিৰ স্বামী ৰাজু দে

ৰাজ্যত পুনৰ মহিলাৰ ৰহস্যজনক মৃত্যুঃ আটক মৃত পম্পিৰ স্বামী ৰাজু দে

-শোণিতপুৰৰ বালিপৰাত মহিলাৰ ৰহস্যজনক মৃত্যু

-বালিপৰাৰ দীঘলী বালিজানত নিশা সংঘটিত হৈছে এই ঘটনা

-পাৰিবাৰিক কণ্ডলৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ

-মৃত মহিলাগৰাকীৰ নাম পম্পী দে

-চিকিৎসকৰ ভাষ্য অনুসৰি মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট

-ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পম্পিৰ স্বামী ৰাজু দেক আটক কৰিছে

-ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ

ৰাজ্যত পুনৰ মহিলাৰ ৰহস্যজনক মৃত্যুঃ আটক মৃত পম্পিৰ স্বামী ৰাজু দে
২৯ বছৰীয়া মৃত্যু বাৰ্ষিকীত পৰাগ কুমাৰ দাসক সোঁৱৰিলে প্ৰতিদিন গোষ্ঠীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in