New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
জামুগুৰিহাটৰ ইটাখোলাত নিশা অচিনাক্ত মৃতদেহ উদ্ধাৰ।
ইটাখোলাৰ ১ নং মছজিদৰ পিছফালে উদ্ধাৰ হৈছে মৃতদেহটো।
মৃত অৱস্থাত উদ্ধাৰ হোৱা লোকজনৰ আনুমানিক বয়স ৬০বছৰ।
ঘটনাস্থলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।
সম্প্ৰতি আৰক্ষীয়ে লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷
Also Read: মঙলদৈত পথ দুৰ্ঘটনাত কেইবাজনো লোক আহত