New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2ce8028e-d03b-4c6c-bae0-1dee8aa0f375/download.jpg)
মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।
সোমবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।
পুনিয়াৰ দলঙৰ ওপৰত মেজিক আৰু মটৰ চাইকেলৰ মাজত হয় সংঘৰ্ষ।
দুৰ্ঘটনাত কেবাজনো লোক আহত।
ঘটনাস্থলীত উপস্থিত মঙলদৈ আৰক্ষী।
Also Read: ঢকুৱাখনাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা