/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/63eb87cd-4a67-4828-9c0a-44307adda164/tezpur_08.png)
তেজপুৰত নিজ ভাতৃকে গুলীয়াই হত্যা কৰিলে অলক দাসে
তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
ফাকুৱাৰ আনন্দৰ মাজতে গুলীচালনাৰ ঘটনা।
ভাতৃৰ গুলীত নিহত হ'ল বিষ্ণু দাস নামৰ এজন লোক।
তেজপুৰৰ গাৰোৱানপট্টিত সংঘটিত হৈছে এই ঘটনা।
ভাতৃক গুলীয়াই হত্যা কৰা লোকজনৰ নাম অলক দাস।
অলক দাসে নিজৰ অনুজ্ঞাপত্ৰধাৰী বন্দুকেৰে গুলীয়ালে বিষ্ণু দাসক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুলীচালনা কৰা অলক দাস।
পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ তথ্য।
Also Read: নাই সমতা, তথাপিও পৰিয়াল এৰি দেশ চলাইছে এইসকল মহিলাই ...