/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/47192442-f0db-477b-9529-268a4b0faedd/sbs_21.jpg)
শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলি...
শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বদলি।
জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল সুশান্ত বিশ্ব শৰ্মা।
দেশৰ নিৰ্বাচন আয়োগৰ এই নিৰ্দেশনা।
সুশান্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনিষ্ঠ ভাতৃ।
জিলাখনৰ নতুন আৰক্ষী অধীক্ষক বীৰ ৰাকেশ ৰেড্ডী।
পক্ষপাতমুক্ত আৰু স্বচ্ছ, নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এই সিদ্ধান্ত।
সুশান্ত বিশ্ব শৰ্মাক আৰক্ষী মুখ্য কাৰ্যালয়লৈ বদলি।
Also Read: বন্ধ কৰক 'বিকশিত ভাৰত'ৰ বাৰ্তাঃ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us