জীয়াভৰালী নদীৰ পবিত্ৰ ঘাটত অগণন শিৱ ভক্ত...

জীয়াভৰালী নদীৰ পবিত্ৰ ঘাটত অগণন শিৱ ভক্ত...

author-image
Asomiya Pratidin
New Update
জীয়াভৰালী নদীৰ পবিত্ৰ ঘাটত অগণন শিৱ ভক্ত...

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ পবিত্ৰ ঘাটত পানী নিবলৈ নিশাই আহিল বহু ভক্ত। আজি শাওণৰ তৃতীয়টো সোমবাৰ। মহাদেৱ শিৱক আৰাধনা কৰা উদ্দেশ্যে দেওবাৰে শিৱ পিঠলৈ আগমন ঘটে শিৱভক্তৰ।

Advertisment

ৰঙাপৰাৰ বিভিন্ন স্থানৰ পৰা শিৱভক্তৰ আগমন ঘটিছে জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ পাৰলৈ। নিশাৰ ভাগত জীয়াভৰলী নদীৰ পবিত্ৰ জল সংগ্ৰহ কৰি এইসকল শিৱভক্তই পুৱাই শিৱ মন্দিৰত দিবগৈ পবিত্ৰ জল ভাগ।তেওঁলোকৰ বিশ্বাস ইয়াৰ দ্বাৰা সমাজৰ অপায় অমংগল দূৰ হোৱাৰ লগতে নিজৰ মনোবাঞ্চাও পূৰণ হয়।

Also Read: জনতা ভৱনত বিজেপিৰ বিধায়নী দলৰ বৈঠক

Shiv bhakt