New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/76623743-59dd-4591-9502-90d8643a3b49/himanta_new.jpg)
আজি বিজেপিৰ বিধায়নী দলৰ বৈঠক
পুৱা ১১ বজাৰ পৰা নিশা ১১ বজালৈ হ'ব বৈঠকখন
জনতা ভৱনত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব এই বৈঠক
মন্ত্ৰীসভাৰ সাল-সলনি সন্দৰ্ভত বৈঠকত আলোচনাৰ সম্ভাৱনা
সকলো মন্ত্ৰী-বিধায়কক বৈঠকত উপস্থিত থকাৰ নিৰ্দেশ
Also Read: ব'লবমেই হ'ল কালঃ বিহাৰত চৰ্ট শ্বাৰ্কিট হৈ মৃত্যু ৯ কিশোৰৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us