/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e78c2619-ee60-461b-9d7c-04edfefd3461/399.jpg)
-
শোণিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত এজন ।
-
চাৰিদুৱাৰৰ দোৱাংবাৰীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো ।
-
স্কৰ'পিঅ বাহন আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ।
-
নিহত লোকজনৰ নাম ৰমেন দাস।
-
গুৰুতৰভাৱে আহত লোকজন বিপ্লৱ বৰুৱা ।
-
আহত বিপ্লৱ বৰুৱাক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ ।
-
দুৰ্ঘটনাগ্ৰস্ত স্কৰ'পিঅখনৰ নম্বৰ AR- 03- 9119 আৰু মটৰ চাইকেলখনৰ নম্বৰ AS- 12- AJ- 7372 ।
Also Read: অসম আন্দোলনৰ নেত্ৰী গায়ত্ৰী গায়নৰ বিয়োগ