/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
শোণিতপুৰৰ ভালুকপুং পথত ভয়ংকৰ পথ দুৰ্ঘটনা
অচিনাক্ত বাহনৰ খুন্দাত আহত বিদ্যালয়ৰ ছাত্ৰ
গামানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অনুপ মিলি চাইকেলেৰে বিদ্যালয়ৰ পৰা আহি থাকোতে পিছফালৰ পৰা খুন্দা মাৰে অচিনাক্ত বাহনে
অনুপ মিলি বিদ্যালয়খনৰ নৱম শ্ৰেনীৰ ছাত্ৰ
ছাত্ৰজনক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ
দুৰ্ঘটনা সংঘটিত কৰি বাহনৰ পলায়ন ৷
Also Read: বৰগাংৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ অবৈধ মহলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ